Public App Logo
Jansamasya
National
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Pmmsy
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation

পশ্চিম যোৰহাট: অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া বিজেপি কৰণ হৈছে , কংগ্ৰেছ ভৱনত সংবাদ মেল সম্বোধন কৰি উল্লেখ পৌৰ সদস্যৰ

Jorhat West, Jorhat | Oct 7, 2025
অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া বিজেপি কৰণ হৈছে । কংগ্ৰেছ ভৱনত সংবাদ মেল সম্বোধন কৰি উল্লেখ পৌৰ সদস্যৰ। কংগ্ৰেছ পৌৰ সদস্য বা কংগ্ৰেছৰ কোনো কৰ্মীক জনোৱা নাই অৰুণোদয় আঁচনিৰ বিষয়ে । যোৰহাট পৌৰসভাৰ কংগ্ৰেছী ৱাৰ্ড সদস্য থকা ৱাৰ্ড সমূহত গুৰুত্ব দিয়া হোৱা নাই ।যোৰহাট পৌৰসভাৰ ১৯ টা ৱাৰ্ডৰ পকী ঘৰ থকাৰ লগতে ধনী ব্যক্তিক দিয়া হৈছে এই আঁচনি ।

MORE NEWS