টিয়ক: লাহিঙত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৫৭ তম আৰ্বিভৱ মহোৎসৱ উদযাপন
Teok, Jorhat | Oct 7, 2025 লাহিঙত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৫৭ তম আৰ্বিভৱ মহোৎসৱ উদযাপন । উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ জনাৰ আৰ্বিভৱ মহোৎসৱ উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় । লাহিং আঞ্চলিক শাখাৰ ১১১ নং নপাম প্ৰাথমিক শাখাৰ আতিথ্যত উদযাপন কৰা হয় । নাম প্ৰসংগৰ লগতে অনুষ্ঠিত হয় আন কেইবাটাও কাৰ্যসূচী ।