আজাৰা: বশিষ্ঠ আৰক্ষীৰ জালত ৭ টা দুৰ্ধৰ্ষ ডকাইত
বশিষ্ঠ আৰক্ষীৰ বৃহৎ অভিযান ।বশিষ্ঠ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত । অভিযানত গ্ৰেপ্তাৰ ৭ টা দুৰ্ধৰ্ষ ডকাইত ।গ্ৰেপ্তাৰ ক্ৰমে লখিমপুৰৰ সূৰজ আলী, জাকিৰ হুছেইন, মহম্মদ আলী, নগাঁৱৰ আবুল কাছেম, আমিৰ হুছেইন, আলালুদ্দিন আৰু শোণিতপুৰ আইনুল হক নামৰ কুখ্যাত ডকাইত । ৯৮,৫০০ টকাৰ জালনোট জব্দ, জব্দ ডকাইটিত ব্যৱহৃত দুডাল লাঠি, ১০ টা মোবাইল ফোন আৰু দুখন গাড়ী জব্দ।