বঙাইগাঁও ভাগ: চহৰত আক্ৰাছুৰ চিন্তন বৈঠক অনুষ্ঠিত, জনগোষ্ঠীৰ শৈক্ষিক, ৰাজনৈতিক, সামাজিক,অৰ্থনৈতিক আদি দিশত গুৰুত্বপূৰ্ণ আলোচনা
Bongaigaon Part, Bongaigaon | Sep 7, 2025
দেওবাৰে আক্ৰাছুৰ উদ্যোগত বঙাইগাঁও চহৰৰ প্ৰশান্তি লজত আক্ৰাছুৰ চিন্তন বৈঠক অনুষ্ঠিত হয় । বৈঠকত জনগোষ্ঠীৰ শৈক্ষিক,...