Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

পশ্চিম যোৰহাট: জুবিন দাৰ আদ্যশ্ৰাদ্ধ পৰ্যন্ত উদ্দাম নৃত্য,গীতৰ অনুষ্ঠান ৰাজ্যত অনুষ্ঠিত নকৰিবলৈ সকীয়নি অসম সেনাৰ,ডাকঘৰৰ সমীপত সংবাদ মেল

Jorhat West, Jorhat | Sep 25, 2025
জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ পৰ্যন্ত উদ্দাম নৃত্য - গীতৰ অনুষ্ঠান ৰাজ্যত অনুষ্ঠিত নকৰিবলৈ সকীয়নি অসম সেনাৰ । ডাকঘৰৰ সমীপত সংবাদ মেল। সমগ্ৰ ৰাজ্য বাসী এতিয়া শোকত আছে । তেনে সময়তে যোৰহাটৰ লগতে ভিন্ন ঠাইত একাংশ ডিস্ক’, বাৰ, পাব্ আদিয়ে ডি.জে নাইটৰ দৰে উদ্দাম নৃত‍্য-গীতৰ অনুষ্ঠান আয়োজন কৰি আছে । আৰু এনে অনুষ্ঠান বাতিল কৰিবলৈ অসম সেনাই দৃঢ়তাৰে দাবী জনাইছে ।

MORE NEWS