Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

সোণাৰি: সোণাৰীৰ বৰহাটত MMPPNA আঁচনিৰ অধীনত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

Sonari, Charaideo | Mar 13, 2024
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত বৰহাটত আজি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বৰপথাৰ গদাধৰ আলি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ লোকনিৰ্মাণ পথ বিভাগৰ ২০২৩-২৪ বৰ্ষৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব পথটো ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী, দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

MORE NEWS