Public App Logo
Jansamasya
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Meerut
Fire
Jhansi
Rain
No video available

সোণাৰি: সোণাৰীত ডাঙৰী কুমাৰ আৰু টিয়কিয়া সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ তপন কুমাৰ গগৈয়ে

Sonari, Charaideo | Mar 12, 2024
চৰাইদেউ জিলাৰ সোণাৰীত আজি নিশা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ডাঙৰী কুমাৰৰ পৰা টিয়কিয়ালৈকে নিৰ্মাণ হ'বলগীয়া পকীপথৰ আধাৰশিলা স্থাপন কৰে ৷ এই অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা কাজল দে, বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰৱী গগৈকে প্ৰমুখ্য কৰি মৰ্চাসমূহৰ সভাপতি, দলীয় বিষয়-ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।