মঙলদৈ ভাগ: মঙলদৈ ১নং ৱাৰ্ডত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই জংঘলৰ মাজত সোমাল চাৰিচকীয়া বাহন
Mangaldoi Part, Darrang | Sep 11, 2025
মঙলদৈ থানা ১ নং ৱাৰ্ডত এক পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই চাৰিককীয়া বাহন সোমায় জংঘলৰ মাজত। ঘটনাৰ স্হলীত...