খুমটাই: মিছামৰা নগেন বৰুৰা নামৰ অতি ব্যস্ততা পূৰ্ণ এটা পথৰ দূৰৱস্থাই জ্বলা কলা খোৱাইছে দৈনিক সহস্ৰাধিক লোকক #jansamasya
Khumtai, Golaghat | Aug 10, 2025
খুমটাই সমষ্টিৰ মিছামৰা নগেন বৰুৰা নামৰ অতি ব্যস্ততা পূৰ্ণ এটা পথৰ দূৰৱস্থাই জ্বলা কলা খোৱাইছে দৈনিক সহস্ৰাধিক লোকক...