গুৱাহাটী: গুৱাহাটী ৪০ নং ৱাৰ্ডৰ উজ্জ্বল নগৰৰ সাংসদ পুঁজিৰ আৱণ্টিত ধনেৰে নিৰ্মিত ১নং উপপথটি উদ্ধোধন কৰে সাংসদ বিজুলী কলিতা মেধিয়ে
আজি গুৱাহাটী মহানগৰৰ ৪০ নং ৱাৰ্ডৰ উজ্জ্বল নগৰৰ ২০২৪-২৫ বৰ্ষৰ সাংসদ পুঁজিৰ আৱণ্টিত ধনেৰে নিৰ্মিত ১নং উপপথটি উদ্ধোধন কৰে সাংসদ বিজুলী কলিতা মেধিয়ে।