সাপেখাতী: শিলনীত অবৈধ চোলাই মদৰ বিৰুদ্ধে আবকাৰী তীব্ৰ অভিযান,৫০লিটাৰ পাচ নষ্ট
বৃস্পতিবাৰে ২-৩০বজাত আবকাৰী এটা দলে আজি চোলাই মদৰ বিৰুদ্ধে শিলনীত তীব্ৰ অভিযান চলায় । উল্লেখ্য যে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চোলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে আবকাৰী বিভাগে চোলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি শিলনীত আবকাৰী এটা দলে অভিযান চলাই এটা চোলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ৫০ লিটাৰ চোলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।