কলগাছিয়া: বৰপেটা অসামৰিক চিকিৎসালয়ত বিদ্যুত যোগান ব্যাহত, নাই খোৱা পানীৰ ব্যৱস্থা, ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি #jansamasya
Kalgachia, Barpeta | Jun 14, 2025
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ ৰোগীৰ লগতে অভিভাৱক সকলে অভাৱনীয় গৰমত জমৰ যাতনা ভূগিছে । অসহ্য গৰমত হাহাকাৰ...