তামুলপুৰ: দেউচুঙা প্ৰাইমাৰীৰ অন্তৰ্গত ২ নং শান্তিপূৰ চুবা আৰু বাঙালীপাৰা হাজিলিয়া চুবাত অনুষ্ঠিত হয় নিৰ্বাচনী সভা
Tamulpur, Baksa | Sep 15, 2025 দেউচুঙা প্ৰাইমাৰীৰ অন্তৰ্গত ২ নং শান্তিপূৰ চুবা আৰু বাঙালীপাৰা হাজিলিয়া চুবাত দেওবাৰে নিশা প্ৰায় দহ মান বজাত ৰাজনৈতিক সজাগতা ও নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে প্ৰদিপ নাৰ্জাৰীয়ে ।এই নিৰ্বাচনী প্ৰচাৰ সভাত স্থানীয় ৰাইজৰ পৰা সহায় সহযোগ দেখি উৎফুল্লিত নেতা গৰাকী ।উক্ত কাৰ্য্যসূচীত উপস্থিত থকা ইউ পি পি এল' দলৰ বিভিন্ন পৰ্যায়ৰ বিষয় ববীয়া তথা ৰাইজ উপস্থিত থাকে।