মানকাচৰ: বিধায়ক উন্নয়ন পুঁজিৰ পৰা আৱন্টিত ধনেৰে নিৰ্মাণ হোৱা তিনিটাকৈ পথৰ শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক
Mankachar, South Salmara-Mankachar | Aug 31, 2025
ৰবিবাৰে দিনৰ আনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাত তিনিটাকৈ পথৰ শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে।...