চামগুৰি: জুৰীয়াত এআইইউডিএফ কৰ্মীৰ বুঢ়াচাপৰি বনবিভাগৰ বিৰুদ্ধে ৰূপহী ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত
জুৰীয়াত AIUDF কৰ্মীৰ বুঢ়াচাপৰি বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।ৰূপহী ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদত AIUDF ৰ তীব্ৰ প্ৰতিবাদ। শোনিতপুৰ আৰু নগাঁও জিলাৰ প্ৰকৃত সীমা নিৰ্ধাৰণ কৰাৰ দাৱীবুঢ়াচাপৰি অভয়াৰণ্যৰ প্ৰকৃত সীমা নিৰ্ধাৰণ কৰা,চৰ চাপৰিত দালাল ৰাজ বন্ধ কৰা আৰু নীৰহ পৰিয়ালৰ দুজন যুবক ছমিৰ উদ্দিন আৰু জলিল উদ্দিনক গুলিয়াই হত্যা কৰা পৰিয়ালৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ। ৰূপহীহাট ৰাজহ চক্ৰ কাৰ্যালয় চৌহদত AIUDF ৰ তীব্ৰ প্ৰতিবাদ কৰি বিভিন্ন দাবীৰে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ