ওদালগুৰি: ডিমাকুছিত
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনি আঞ্চলিক সমিতিৰ মিলিত যৌথ সাংবাদ মেল
*যোৱা ইংৰাজী ২০/৯/২০২৫তাৰিখে ডিমাকুছি আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যাল়য়ত গডবীণ ফেক্সন গ্ৰুপ সদৌ অসম আদিবাসী* *ছাত্ৰ সন্থাৰ উপ সভাপতি, প্ৰকাশ বড়া ডাঙৰীয়াই* *বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰি বিটিআৰ নিৰ্বাচনৰ ৰাজনৈতীক* *দলৰ প্ৰাৰ্থী লগত ৰাতি* *১২বজাত *গোপন* লেনদেন কৰি* *আছাই বুজাবুজি হোৱা *বুলি ভুৱা প্ৰচাৰ কৰি এক সংবাদ মেলত সদৌ অসম* *আদিবাসী ছাত্ৰ সন্থাক হেও প্রতিপর্ণ কৰাৰ কুটিল অভিসন্দিত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে*।