পূব ডিব্ৰুগড়: সদৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Dibrugarh East, Dibrugarh | Sep 1, 2025
জনসাধাৰণক সুলভ মূল্যত ঔষধ যোগান ধৰাৰ লক্ষ্যৰে 'প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা'ৰ অধীনত ডিব্ৰুগড়ৰ মিলন নগৰত মুকলি...