সোণাৰি: চৰাইদেউ জিলা চাৰিসীমাক লৈ বিতৰ্ক মাহমৰা সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্রিন্ট ৰচনাক লৈ চৰাইদেউ পঞ্চায়তত প্ৰতিবাদ
চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তর্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্রিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপত চৰাইদেউ জিলা প্রশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপখনক লৈ মাহমৰা সমষ্টিৰ দুখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ উদ্গীৰণ হৈছে।আজি চৰাইদেউ গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ৰ সন্মোখত প্ৰতিবাদ মহিলা সক্ষী আৰু লাখপতি বাইদেউৰ লগতে মহিলা গোট সমূহে ৷