ওদালগুৰি: ঝাকুৱাপাৰাত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰে বিটিআৰৰ ইএম নীলোৎ স্বৰ্গীয়াৰীয়ে
Udalguri, Udalguri | Aug 24, 2025
জিলা খনৰ ৰৌতা পৰিষদীয় সমষ্টিৰ কৌপাতী ভিচিডিচিৰ অন্তৰ্গত ঝাকুৱাপাৰাত এটি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত পথটো...