পূব ডিব্ৰুগড়: হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত সামৰণি পৰিল জামিয়া চাহ বাগিচাত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৰম পূজা
ৰাজ্যজুৰি বাগিচাই-বাগিচাই উদযাপিত হৈছে কৰম পূজা। মাদলৰ তালত আৰু ঝুমুৰৰ চন্দত মুখৰিত হৈ পৰিছে চাহ জনগোষ্ঠীয় অধ্যুষিত প্ৰতিটো অঞ্চল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে জামিয়া চাহ বাগিচাত দুদিনীয়াকৈ চাহ জনগোষ্ঠীৰ ৰাইজে ধৰ্মীয় ৰীতি নীতিৰে কৰম পূজা অনুষ্ঠিত কৰে । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপি যুৱ নেতা পৰাগ দত্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে