আজাৰা: অহাকাইলৈ ঐতিয্যমণ্ডিত পলাশবাৰীত অনুষ্ঠিত হব ৭৯ তম ৰাস মহোৎসৱ, শেষ পৰশ দিয়াত ব্যস্ত সকলো
অহাকাইলৈ ৰাসপূৰ্ণিমা । ৰাজ্যজুৰি অনুষ্ঠিত ৰাস মহোৎসৱ । ঐতিয্যমণ্ডিত পলাশবাৰীতো অনুষ্ঠিত হব ৭৯ তম ৰাস মহোৎসৱ । ৰাসলৈ মাজত মাথো আৰু কেইটামান মুহূৰ্ত বাকী থকা প্ৰাকমুহূৰ্তত এতিয়া শেষ পৰশত ব্যস্ত সকলো । পলাশবাৰী ৰাস মহোৎসৱ ১৫দিনীয়া কাৰ্যসূচীৰে এই বেলি অনুষ্ঠিত কৰিব । মুকলি কৰিব ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই।