দাংতল ৰাজহ চক্ৰ: হাচৰাউবাৰীত TMCৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত সাংসদ সায়নী ঘোষ
আজি চিৰাং জিলাৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জিতেন নাৰ্যাৰীৰ হৈ হাচৰাউবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ সায়নী ঘোষে ,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত TMC দলৰ প্ৰাৰ্থী জিতেন নাৰ্যাৰীক ভোটদান কৰি জয়ী কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় সাংসদ সায়নী ঘোষে,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ সায়নী ঘোষ সহ চিৰাং জিলা TMCৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।