টেঙাখাত: দুলীয়াজান সমষ্টিৰ লেংৰাই পঞ্চায়তৰ পথৰ দুৰৱস্থা, সমস্যাত ১০ খনকৈ গাঁৱৰ ৰাইজ, নিৰ্বিকাৰ জনপ্ৰতিনিধি #jansamasya
Tengakhat, Dibrugarh | Aug 18, 2025
দুলীয়াজান বিধান সভা সমষ্টিৰ অন্তৰ্গত লেংঙৰাই গাঁৱ পঞ্চায়তৰ প্ৰায় ১০ খনকৈ গাঁৱৰ ৰাইজক জ্বলা কলা খোৱাইছে এটা পথে। আজি...