মৰাণ: খোৱাং সমষ্টিৰ দূৰ্গা পূজা" সমতিলৈ আগবঢ়োৱা চৰকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমৰ শাৰদীয় দূৰ্গা পূজা সমতিলৈ আগবঢ়োৱা আৰ্থিক সাহায্য প্ৰদান কৰিছে। খোৱাং সমষ্টিৰ দূৰ্গা পূজা" সমতিলৈ আগবঢ়োৱা চৰকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে