প্ৰিয়ংক খাৰ্গেৰ ছেমি কণ্ডাক্টৰ বিতৰ্ক সন্দৰ্ভত মন্তব্য। মুখ্যমন্ত্ৰী সদায় ওলোটা বুজে, প্ৰিয়ংক খাৰ্গে বেলেগ কব খুজিছিল ।কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে কৈছিল ভাৰতবৰ্ষৰ engineering talenet কৰ্ণাটকত যায় আছে । হয়টো আমাৰো অসমৰ ভাল ভাল টেলেন্ট থকা লৰা ছোৱালীবোৰ কৰ্ণাটকত গৈ আছে । কেন্দ্ৰৰ আঁচনি কৰ্ণাটকত নোপোৱা বাবে আবেগত কথা কওতে এই মন্তব্য ওলাইছিল।