বইটামাৰী: ঢাকানাবাৰীস্থিত APL-ৰ বইটামাৰী ফৰ্মেলিন প্ৰকল্পৰ উৎপাদিত সামগ্ৰীৰ বাণিজ্যিক বিক্ৰীৰ শুভাৰম্ভণি কৰে APLৰ অধ্যক্ষই
Boitamari, Bongaigaon | Sep 10, 2025
বঙাইগাঁও জিলাৰ ঢাকনাবাৰীত স্থাপন কৰা প্ৰকল্পটো হৈছে APL ৰ চতুৰ্থ গোট। বুধবাৰে APLৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই উপাধ্যক্ষ...