সৃজনগ্ৰাম: লাংলাত সংঘটিত মৰেল পুলিছগিৰিৰ ঘটনা শিমলাবাৰী গাঁৱত স্থানীয় লোকৰ মন্তব্য, দোষীক বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী
Srijangram, Bongaigaon | Aug 23, 2025
বঙাইগাঁও আৰুবৰপেটা জিলাৰ সীমান্তবৰ্তী লাংলাত যোৱাকালি সংঘটিত হৈছিল মৰেল পুলিছগিৰিৰ ঘটনা। বঙাইগাঁও জিলাৰ শিমলাবাৰী গাওঁৰ...