ভক্তি ৰসৰ অমিয়া সুৰত বুৰ গ'ল নগাঁৱৰ ঐতিহ্যমণ্ডিত ফুলনিআতি অঞ্চল।*জুবিন গাৰ্গৰ এমহীয়া অনুষ্ঠান আৰু নামঘৰ প্ৰতিষ্ঠা উপলক্ষে নিশা ঐতিহ্যমণ্ডিত ফুলনিআতি বৰ নামঘৰত অনুষ্ঠিত হয় ভাওঁনা ।নৱ প্ৰজন্মৰ যুৱক সকলৰ প্ৰচেষ্টাত অনুষ্ঠিত ভাওঁনাই মন মুগ্ধ কৰিবলৈ সক্ষম হ'ল ভকত বৈষ্ণৱৰ ।গুৰুজনাৰ সৃষ্টিৰাজি ধৰি ৰখাৰ বাবে অঞ্চলটোৰ নৱ প্ৰজন্মৰ শিল্পী সকলৰ অভিনয়ে অনুষ্ঠিত হয় " অভিষ