পশ্চিম যোৰহাট: বাহনা মহাবিদ্যালয়ত টীয়ক বিধান সভা সমষ্টিত বৃহৎ স্বাস্থ্য মেলা সম্পন্ন , উপস্থিত জিলা আয়ুক্ত
বাহনা মহাবিদ্যালয়ত টীয়ক বিধান সভা সমষ্টিত বৃহৎ স্বাস্থ্য মেলা সম্পন্ন । উপস্থিত জিলা আয়ুক্ত। বুধবাৰে দিনৰ চাৰি বজালৈকে অনুষ্ঠিত হয় অনুষ্ঠান। অসমৰ শিশু সকলৰ কল্যাণ আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ বাবে গ্ৰহণ কৰিছে স্বাস্থ্য শিবিৰৰ এক মহান পদক্ষেপ। শিশুসকলৰ বাবে নির্দিষ্ট জীৱন দায়িনী চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে বিধান সভভিক্তিক শিবিৰসমূহ অনুষ্ঠিত।