মানকাচৰ: অসম মেঘালয় সীমান্তবৰ্তী ছবৰিবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড,
নিমিষতে ভষ্মীভুত হয় নগদ ধনসহ এখন ধান ভঙা মেইল
Mankachar, South Salmara-Mankachar | Sep 10, 2025
মঙলবাৰে পূৱা আনুমানিক ৭ বজাত অসম মেঘালয়ৰ সীমান্তবৰ্তী ছবৰিবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ।অগ্নিকাণ্ডত নিমিষতে...