হোজাই: পুৰণা বজাৰত SIR কলৈ আমছু হোজাই জিলা সমিতিৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইনৰ মন্তব্য
Hojai, Hojai | Sep 17, 2025 বুধবাৰে দিনৰ ৩মান বজাত হোজাই পুৰণা বজাৰত SIR কলৈ আমছু হোজাই জিলা সমিতিৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইনৰ মন্তব্য।উল্লেখ্য প্ৰথম অৱস্থাত বিহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ SIR বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ লগতে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে বহু আবেদন দাখিল কৰা হৈছিল।পৰৱৰ্তী সময়ত অসম চৰকাৰে অসমতো SIR ৰূপায়ণ কৰিছে। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত SIR কাৰ্যকৰী নহয়, কিন্তু হোজাইৰ বহু ঠাইত ভোটাৰ পৰীক্ষণৰ কাম চলি আছে। ইয়াৰ বিৰোধিতা কৰি আমছুৱে