দাংতল ৰাজহ চক্ৰ: দুদিন পূৰ্বে চম্পা নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা নিউ বঙাইগাঁৱৰ যুৱক পুকাৰ সিংৰ মৃতদেহ বাসুগাঁৱৰ চম্পা নৈত উদ্ধাৰ
India | Sep 2, 2025
উল্লেখ্য যে যোৱা দুদিন পূৰ্বে পুকাৰ সিং নামৰ যুৱক আন বন্ধুৰ সৈতে চম্পা নদীত গা ধুবলৈ গৈছিল।আবেলি বাকী ৮ জন উভতি আহে যদিও...