নলবাৰী: হৰিপুৰৰ বেলালুনা একাংশ দৰ্শকৰ গৰ্হিত কাম,চিনেমা হলত বহি ৰেকৰ্ডিং কৰিলে "ৰৈ ৰৈ বিনালে" ৰ কেবাটাও দৃশ্য,জব্দ মোৱাইল
নলবাৰীত একাংশ দৰ্শকৰ গৰ্হিত কাম ।চিনেমা হলত বহি ৰেকৰ্ডিং কৰিলে "ৰৈ ৰৈ বিনালে" ৰ কেবাটাও দৃশ্য।হল কৰ্তৃপক্ষই জব্দ কৰিলে ম'বাইল ।নলবাৰীৰ বেলালুনা চিনেমা হলত এই ঘটনা