চামগুৰি: চামগুৰি সমষ্টিৰ বিজেপি পাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত জয় লাভৰ পিছতেই শনিবাৰে চামগুৰত মন্তব্য দিপ্লুৰঞ্জন শৰ্মাৰ।
চামগুৰি সমষ্টিৰ পৰা বিজেপি পাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত জয় লাভৰ পিছতেই শনিবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত চামগুৰিত মন্তব্য দিপ্লুৰঞ্জন শৰ্মাৰ।উল্লেখ্য যে চামগুৰি সমষ্টিত পৰা বিজয় হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে চামগুৰিত উপস্থিত হৈ দিপ্লোৰঞ্জন শৰ্মাই কয় চামগুৰিত কংগ্ৰেছৰ লগত বিজেপিৰ প্ৰতিদ্বন্দিতা হোৱা নাই, প্ৰতিদন্দিতা হৈছে চামগুৰিৰ ৰাইজ আৰু কংগ্ৰেছৰ মাজত সেয়ে বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাক চামগুৰিৰ ৰাইজে আশীৰ্বাদ দিছে বুলি মন্তব্য আগবঢ়ায় দিপ্লু ৰঞ্জন শৰ্