পূব ডিব্ৰুগড়: ডিব্ৰুগড় চেচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল বিলাসী বাহন, তিনিজনৰ মৃত্যু
দুৰ্গা পূজা নৱমী দিনটোত ভয়ংকৰ পথ দুৰ্ঘটনা ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাল AS04S5355 বিলাসী বাহন খন থিতাতে নিহত দুজন আনহাতে মেডিকেললৈ নি থকাৰ অৱস্থাতে এগৰাকী যুৱতী মৃত্যু হোৱা বুলি জানিব পৰা গৈছে