১৯৬৮ চনত স্থাপিত তিনিচুকীয়াৰ শ্ৰী শ্ৰী ন-পুখুৰী ষঠ পূজা সমিতিয়ে প্ৰতিবছৰে ভক্তিভাৱেৰে ষঠ পূজা উদযাপন কৰি আহিছে। নতুনকৈ নিৰ্মাণ কৰা ষঠ পূজাৰ উক্ত স্থানটি শুকুৰবাৰে সন্ধ্যা প্ৰায় ৭ বজাত উন্মোচন কৰে বিধায়ক সঞ্জয় কিষানে । এই ষঠ ঘাটত ভুজপুৰী লোক সকলে শান্তিপূৰ্ণ ভাৱে ষঠ পূজা উদযাপন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে । ষঠ ঘাট উন্মোচনী অনুষ্ঠানত বিধায়ক সঞ্জয় কিষানৰ সৈতে উপস্থিত থাকে জিলা আয়ুক্ত স্বপ্নিল পাল ,শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই