নগাঁও: নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন "সপোনৰ প্ৰাপ্তি"ৰ উদ্যোগত কেন্সাৰ সজাগতা শিৱিৰৰ আয়োজন
Nagaon, Nagaon | Oct 28, 2025 নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন "সপোনৰ প্ৰাপ্তি"ৰ উদ্যোগত আৰু "অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন"ৰ সহযোগত এক কেন্সাৰ সজাগতা শিৱিৰ আজি নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ জিলা পৰিষদৰ সভাগৃহত অনুষ্ঠিত হয়।কেন্সাৰ ৰোগৰ সজাগতাৰ উদ্দেশ্যেৰে"সপোনৰ প্ৰাপ্তি"য়ে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে অনুষ্ঠানটোৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপক শৰ্মাই। জুবিন গাৰ্গক প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাই এই সজাগতা সভা অনুষ্ঠিত কৰে