লক্ষীপুৰ: লক্ষীপুৰ চহৰত যুৱ সমাজৰ উদ্যোগত সচেতন যাত্ৰা উলিওৱা হয় আৰু পথৰ স্পীড ব্ৰেকাৰত বগা ৰঙৰ চিহ্নৰে চিহ্নিত কৰা হয়
Lakhipur, Goalpara | Sep 7, 2025
লক্ষীপুৰ চহৰত যুৱ সমাজৰ উদ্যোগত সচেতন যাত্ৰা উলিওৱা হয়। এই সন্দৰ্ভত লক্ষীপুৰ চহৰত থকা পথৰ স্পীড ব্ৰেকাৰ বোৰত ৰং লগাই...