গুৱাহাটী: জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাৱত অজাপ নেতা চিত্ৰৰঞ্জণ বসুমতাৰীৰ সংবাদমেল জুবিন দাৰ হত্যাৰ ন্যায় লাগিব
জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাৱত অজাপ নেতা চিত্ৰৰঞ্জণ বসুমতাৰীৰ সংবাদমেল জুবিন দাৰ হত্যাৰ ন্যায় লাগিব বিচাৰি আছো। সেই সময়ত তৰল কথা বতৰা চলি আছে ৰাজনৈতিক চৰ্চা বোৰে জুবিন গাৰ্গৰ ন্যায়ত বাধা দিছে জুবিন গাৰ্গ ন্যায়,ন্যায় আৰু ন্যায় লাগিব এই মৃত্যু কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছিল নেকি? যি সময়চোৱাত চৰকাৰ, জনসাধাৰনে জুবিন গাৰ্গক নিৰাপত্তা বা লালন কৰিব লাগিছিল সেইয়া হ'লনো? ৰাজনৈতিক মতাদৰ্শত জুবিনৰ ন্যায়ত বাধা দিছে জুবিন আপোচবিহীন আছিল,জাতিৰ ন্যায়।