নগাঁৱৰ নৰ্তম গাঁও নামঘৰত বিধায়ক পূঁজিৰ আৰ্থিক অনুদানৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰা স্থায়ী মঞ্চ বৃহস্পতিবাৰে নিশা প্ৰায় দহ মান বজাত শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই।সমগ্ৰ ৰাজ্য জুৰি অব্যাহত আছে ৰাস মহোৎসৱৰ উন্মাদনা ।ৰাস মহোৎসৱৰ মাজতে নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত নৰ্তম গাঁও নামঘৰত বিধায়ক পূঁজিৰ আৰ্থিক অনুদানৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰা হয় স্থায়ী মঞ্চ । স্থায়ী মঞ্চ ভাগৰ বৃহস্পতিবাৰে নিশা বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈ শুভ উদ্বোধন কৰে।লগতে উপস্থিত ৰাইজক শ্ৰীশ্ৰী