পূব যোৰহাট: সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৱেদি আৰম্ভ কৰা সংগীতময় জাহাজ যাত্ৰা উপস্থিত নিমাতীত
সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৱেদি আৰম্ভ কৰা সংগীতময় জাহাজ যাত্ৰা আজি উপস্থিত হয় যোৰহাটৰ নিমাতি ঘাটত । সুধাকণ্ঠক স্মৰণ কৰি তেখেতৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উপস্থিত বিশিষ্ট ব্যক্তি সকলে । সুধাকণ্ঠক সুঁৱৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ মন্ত্ৰালয়ৰ এই বিশেষ পদক্ষেপ। ‘বিস্তীৰ্ণ পাৰৰে : শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা।