হাতীগাওঁ ডকাইত গ্ৰেপ্তাৰৰ সন্দৰ্ভত DCP মৃণাল ডেকাৰ প্ৰতিক্ৰিয়া,গোপন খবৰৰ ভিত্তিত NR Residency ল'জত চলিছিল অভিযান । "গোটেইকেইটা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই,তাৰে এটা পলায়ন কৰিবলৈ সক্ষম হৈছে ।চাৰিটা ডকাইতক বৰ্তমান জেৰা চলাই থকা হৈছে ।তেওঁলোকে প্ৰথমে গুদাম, প্ৰতিষ্ঠানত ছাৰ্ভে চলাই ।তাৰ পাছতেই সেই স্থানত গৈ সংঘটিত কৰে ডকাইতি কাণ্ড।