চাবুৱা: বৃহৎ গাঁতেৰে মৰণফান্দলৈ পৰিণত চাবুৱাৰ পানীতোলাৰ টিচিপি সমীপৰ এটা পথ, কাণসাৰ নাই স্থানীয় বিধায়ক পুণাকন বৰুৱাৰ
Chabua, Dibrugarh | Sep 12, 2025
মৰণফান্দলৈ পৰিণত হৈছে চাবুৱাৰ পানীতোলাৰ এটা পথ। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমান্তত থকা পানীতুলাৰ TCP ৰ সমীপৰ এটা পথে...