হোজাই: চৰকাৰে চলিত বিত্তীয় বৰ্ষত ডিগ্ৰী কলেজত নামভৰ্তি আৰম্ভ কৰিছে যাৰবাবে ডিগ্ৰী কলেজ ডিমাণ্ড কমিটিৰ যোগিজানত সংবাদমেলৰ আয়োজন
Hojai, Hojai | Aug 24, 2025
বহু বছৰৰ সংগ্ৰামৰ অন্তত যোগীজানত ডিগ্ৰী কলেজ এখনৰ সপোন বাস্তৱায়িত হ'ল।অসম চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত ডিগ্ৰী কলেজত...