পশ্চিম ডিব্ৰুগড়: ডিব্ৰুগড়ৰ বগীবিল দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
ডিব্ৰুগড়ৰ বগীবিল দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ' আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন বাইক আৰুহী। উল্লেখযোগ্য যে আজি শুক্ৰবাৰে দিনৰ ১১:৩০ বজাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাতো। ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখে গৈ থকাৰ অৱস্থাত AS06AB4225 নম্বৰৰ এখন বাইক আৰু বিপৰীত দিখত আহি থকাৰ অৱস্থাত এখন তীব্ৰবেগী বলেৰ' বাহনে মহতীয়াই নিয়ে বাইক খনক