দাংতল ৰাজহ চক্ৰ: দোদ্ৰাগুৰিত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই
আজি চিৰাং জিলাৰ আমটেকা ভিচিডিচিৰ অন্তৰ্গত দোদ্ৰাগুৰিত এটা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ"ৰ আধাৰশিলা স্থাপন কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই, আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত বিধায়ক গৰাকীৰ সৈতে দলীয় কাৰ্য কৰ্তা সহ স্থানীয় ৰাইজ উপস্থিত থাকে।