হোজাই: দীঘলবালিত তদন্ত কাৰী আৰক্ষীক আক্ৰমণ কেইবাজনো লোকৰ,পৰিস্থিতি নিয়ন্ত্ৰণৰ বাৱে আৰক্ষীৰ শূণ্যলৈ গুলীচালনা আৰু লাঠী চালনা
Hojai, Hojai | Aug 13, 2025
তদন্ত কাৰী আৰক্ষীক আক্ৰমণ দীঘলবালিৰ কেইবাজনো লোকৰ। মঙ্গলবাৰে নিশা প্ৰায় ১০.৩০বজাত দীঘলবালিত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা...