Public App Logo
Jansamasya
National
���ीएसटी
Happydiwali
Nextgengst
Cybersecurityawareness
Diwali2025
Pmmsy
Fidfimpact
Matsyasampadasesamriddhi
Railinfra4andhrapradesh
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds

নগাঁও: কলিয়াবৰ বিদ্যুৎ সংমণ্ডলৰ অধিনৰ ৰূপহিহাটৰ গৰৈমাৰীত নতুনকৈস্থাপিত ট্ৰেনচফৰ্মাৰ উদ্বোধন কৰে বিধায়কে

Nagaon, Nagaon | Oct 22, 2025
কলিয়াবৰ বিদ্যুৎ সংমণ্ডলৰ অধিনৰ ৰূপহিহাট গৰৈমাৰীত বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত নৱস্থাপিত ট্ৰেনচফৰ্মাৰ উদ্বোধন কৰে বিধায়ক নুৰুল হুদাই। দিৰ্ঘদিনীয়া সমস্যা সমাধান হ'ল গৰৈমাৰী গাওঁখনৰ। ১০০ kv ৰ এটা নতুন ট্ৰেনচফৰ্মাৰ গাওঁ খনত স্থাপন কৰাৰ লগতে ১ কিলোমিটাৰ নতুন লাইন স্থাপন কৰা হয় গাওঁ খনত।উক্ত অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে অঞ্চলতোৰ গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

MORE NEWS