দাংতল ৰাজহ চক্ৰ: হাচৰাউবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী
আজি চিৰাং জিলাৰ হাচৰাউবাৰীত কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী পানিৰাম ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিআৰৰ প্ৰাক্তন চিফ তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ,আগন্তুক ২২ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হব লগা বিটিআৰ নিৰ্বাচনত পানিৰাম ব্ৰহ্মক জয়ী কৰাবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীৰ সৈতে, প্ৰাৰ্থী পানিৰাম ব্ৰহ্ম সহ চিৰাং জিলা বিপিএফৰ বিভিন্ন বিষয় ববিয়া আৰু ভোটাৰ ৰাইজ উপস্থিত থাকে।