গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সংবাদমেল কংগ্ৰেছ নেণা দেৱব্ৰত শইকীয়া, তদন্ত যিদৰে হ'ব লাগিছিল সেইদৰে হোৱা নাই
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সংবাদমেল কংগ্ৰেছ নেণা দেৱব্ৰত শইকীয়া, তদন্ত যিদৰে হ'ব লাগিছিল সেইদৰে হোৱা নাই।সকলোৰে মনত তদন্তক লৈ বহু প্ৰশ্ন আহিছে ।জুবিন গাৰ্গৰ মৃত্যু কি দৰে হৈছিল তাক লৈ চৰ্চা চলি থাকোতেই মুখ্যমন্ত্ৰীয়ে কৈ দিলে হত্যা কৰা হ'ল বুলি।লগতে অভিযোগনামাত যি সমূহ তথ্য আছে ৰাইজে হজম কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল ৷ তেওঁ ক'ত গম পালে।তদন্তৰ কথা কি দৰে মুখ্যমন্ত্ৰীয়ে কৈ থাকিব পাৰে।